0
0
Read Time:43 Second
আজি কিনাপথাৰ সমষ্টিৰ উত্তৰ শালৰ কুন্দিকু ৰ পমীয়া সকল, গাৱঁৰ কেইজনীমান আইমাতৃৰ উপৰিও দুই এজন বয়োজ্যেষ্ঠ লোক মিলি অৰুনাচল প্ৰদেশ স্থিত জয়ধাম নামৰ পবিত্ৰ স্থলীলৈ গৈছে৷ সকলোৱে কুন্দি কু ত সেৱা কৰি ৰাতি প্ৰায় ১০ টা মান বজাত নিৰ্দিষ্ট লক্ষ্যস্থানলৈ যাত্ৰা আৰম্ভ কৰে৷ চাৰিদিন মানৰ সময় লৈ যোৱা এই জয়ধাম নামৰ অঞ্চলটিতে দেউৰী লোক সকলৰ আদি বাসস্থান আছিল ৷