দেউৰী সম্প্ৰদায়ৰ সকলো ধৰনৰ খবৰ পাওঁ ইয়াত৷ লগতে বাহিৰৰ জগতৰো৷ গতিকে দেউৰীৰ এনে এটা চেনেল যিয়ে নিজৰ মানদণ্ড চলাই ৰাখে সদায় তেনে চেনেলৰ প্ৰয়োজন সচাঁকৈ আছিল৷ সকলোৱে সহযোগিতা কৰিব৷